Drugs Seized : চাৰি চকীয়া বাহনৰ পৰা জব্দ ১৫ কোটি টকা মূল্যৰ নিচাযুক্ত টেবলেট
Sujit Kumar Chakraborty সোণাপুৰ : পুনৰ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ (Drugs Seized)। এখন চাৰি চকীয়া বাহনৰ পৰা জব্দ ১৫ কোটি টকা মূল্যৰ নিচাযুক্ত টেবলেট। মণিপুৰৰ পৰা টেবলেটখিনি লৈ আহি থকা অৱস্থাত আৰক্ষীৰ জালত পৰে এজন ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীৰ তদন্ত অব্যাহত। …