T-20 World Cup : ৫ উইকেটত পাকিস্তানক পৰাস্ত কৰি টি-২০ বিশ্বকাপ দখল কৰিলে ইংলেণ্ডে
নিউজ ডেস্ক : টি-২০ বিশ্বকাপৰ (T-20 World Cup) ফাইনেলত পাকিস্তানক পৰাস্ত কৰি ইংলেণ্ডে খিতাপ দখল কৰিলে। অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত অনুষ্ঠিত হোৱা ফাইনেল খেলখনত বেন ষ্ট’কৰ দূৰ্দান্ত প্ৰদৰ্শনৰ ফলত ইংলেণ্ডে পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয়। ফাইনেল খেলখনত প্ৰথমে বেটিং কৰি …