Khelo Guwahati : শিশু নিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত ‘খেলো গুৱাহাটী’ আৰম্ভ
গুৱাহাটী : শিক্ষাৰ্থীসকলৰ প্ৰতিভা বিকাশৰ লক্ষ্যৰে শিশু নিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত ৩ জানুৱাৰীৰ পৰা ৭ জানুৱাৰীলৈকে গুৱাহাটীৰ আৰ্য নগৰৰ আই টি আই খেলপথাৰত অনুষ্ঠিত হৈছে খেলো গুৱাহাটী আন্তঃবিদ্যালয় টেনিছ বল ক্রিকেট প্রতিযোগিতা (Khelo Guwahati)। বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকলৰ উপস্থিতিত …