জেৰাৰ পিছত গ্ৰেপ্তাৰ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভা
গুৱাহাটী : ৰক্ষা নপৰিল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভা। অৱশেষত গ্ৰেপ্তাৰ হ’ল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভা। জেৰাৰ পিছত গ্ৰেপ্তাৰ কৰা হয় অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভা। গড়মূৰ আৰক্ষীয়ে তিনি দিন ধৰি জেৰা চলাই গ্ৰেপ্তাৰ কৰে জোনমণি ৰাভাক। কিছুদিন পূৰ্বে …