Teacher Swear : ভগৱান, কোৰাণ, মহাভাৰতৰ শপত খালে বসন্ত ছাৰে
ৰঙিয়া : ভগৱান, কোৰাণ, মহাভাৰতৰ শপত খালে (Swear) বসন্ত ছাৰে (Basanta Sir)। শপত খাই ছাৰে কলে মাজে মাজে খং উঠিলে ছাত্ৰ-ছাত্ৰী সকলক কোবায় কিন্তু ছাত্ৰ-ছাত্ৰী সকলক কেতিয়াও চোৰ, ডকাইত বুলি সম্বোধন নকৰে। বসন্ত ছাৰে ইংৰাজী পঢ়াব নোৱাৰে বুলিও উত্থাপন হ’ল …