কেন্সাৰক পৰাস্ত কৰি আহি আছে মনীষা
দুৰাৰোগ্য কেন্সাৰক পৰাস্ত কৰি নিজৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিবলৈ ছবি জগতলৈ ঘূৰি আহিছে ইলু ইলু গাৰ্ল মনীষা কৈৰালা৷ ‘ডিয়াৰ মায়া’ নামৰ হিন্দী ছবিখনেৰে মনীষাই আৰম্ভ কৰিব দ্বিতীয় ইনিংছ৷ ১৯৯১ চনত মুক্তি পোৱা সুভাষ ঘাইৰ সৌদাগৰ নামৰ ছবিখনেৰে হিন্দী ছবি জগতত …