Mustard Cultivation : সৰিয়হৰ বৈজ্ঞানিক উৎপাদন প্ৰক্ৰিয়াৰ ওপৰত কাৰিকৰী প্ৰশিক্ষণ প্ৰদান
নলবাৰী : সৰিয়হৰ বৈজ্ঞানিক উৎপাদন প্ৰক্ৰিয়াৰ ওপৰত কাৰিকৰী প্ৰশিক্ষণ প্ৰদান। শীতকালীন বতৰত কৃষিৰ বাবে উপযোগী শস্য সৰিয়হ (Mustard Cultivation)। অসমত অক্টোবৰ আৰু নৱেম্বৰ মাহ সৰিয়হৰ বীজ সিঁচাৰ উপযুক্ত সময়। সৰিয়হৰ উৎপাদন বৃদ্ধি কৰিবলৈ ৰাজ্যৰ বিভিন্ন অঞ্চলত মাটিৰ ব্যৱস্থা আৰু বতৰৰ …