চৰকাৰৰ অৱহেলাৰ বাবেই অসমত ডাইনীকাণ্ড সংঘটিত হৈ আছে : ডঃ দিব্যজ্যোতি শইকীয়া।

গুৱাহাটী : ৰাজ্য চৰকাৰৰ অৱহেলাৰ বাবেই অসমত এতিয়াও অন্ধবিশ্বাস তথা ডাইনীৰ নামত একাংশ নিৰীহ লোকক হত্যা তথা অত্যাচাৰ চলি থকাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্ধবিশ্বাস বিৰোধী নেতা, বিশিষ্ট মানৱ অধিকাৰ তথা সমাজকর্মী ডঃ দিব্যজ্যোতি শইকীয়াই। উল্লেখযোগ্য যে যোৱা …

ডিমুত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ জালত পৰিল এজন ড্ৰাগছ সৰবৰাহকাৰী

ৰঙিয়া : ডোবক আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ডোবক আৰক্ষীৰ জালত পৰিল এজন ড্ৰাগছ সৰবৰাহকাৰী। ৰঙিয়াৰ ডিমুত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ডোবক আৰক্ষীৰ জালত পৰিল এজন ড্ৰাগছ সৰবৰাহকাৰী। ৰাজ্যজুৰি অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। নিতৌ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছসহ আৰক্ষীৰ জালত …

অসমৰ উদ্যোগপতি ড° ঘনশ্যাম দাস ধনুকালৈ আন্তঃৰাষ্ট্ৰীয় সন্মান

গুৱাহাটী : উত্তৰ-পূব ভাৰতৰ বিশেষকৈ অসমৰ যুৱপ্ৰজন্মই কেৱল ভাৰতৰেই নহয়, সমগ্ৰ বিশ্বৰ ঔদ্যোগিক প্ৰেক্ষাপটত নিজৰ এক সবল স্থিতি গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। উত্তৰ-পূব ভাৰতৰ এই ঔদ্যোগিক ক্ষেত্ৰখনৰ এক বিশেষ চৰ্চিত নাম আৰু যুৱ আইক’ন হৈছে ড° ঘনশ্যাম দাস ধনুকা। ঔদ্যোগিক …

দুধৰ্ষ ডকাইত দিলৱাৰ আলী আৰক্ষীৰ গুলীত আহত

আজিজ আলী মুকালমুৱা : দুধৰ্ষ ডকাইত দিলৱাৰ আলী আৰক্ষীৰ গুলীত আহত। সোমবাৰে নিশা আৰক্ষীৰ গুলীত আহত হয় দুধর্ষ ডকাইত দিলৱাৰ আলী। চোকা অস্ত্ৰৰে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলাইছিল দুধর্ষ ডকাইতজনে। ৰাজ্যত অব্যাহত আছে অপৰাধীক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা। …

৬০ কেজি নকল সোণ জব্দ কৰিলে বিশ্বনাথ আৰক্ষীয়ে

জোনমণি বেগম বিশ্বনাথ : ৰঙালী বিহুৰ প্ৰাকক্ষণত বিশ্বনাথ জিলা আৰক্ষীৰ বৃহৎ সাফল্য। সোমবাৰে নিশা বিশ্বনাথ জিলা আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৬০ কেজি নকল সোণ। আৰক্ষীয়ে খেদি খেদি নকল সোণ লৈ অহা এখন এল্ট গাড়ী আটক কৰে। আটক এজন নকল সোণ …

১৬ আৰু ১৭ এপ্ৰিলত পূৰ্বোত্তৰ প্ৰদেশীয়া মাৰৱাড়ী যুৱ মঞ্চৰ উদ্যোগত ৰঙালী বিহুৰ আয়োজন

গুৱাহাটী : পদূলিমুখত অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু। চৌদিশে এতিয়া কেৱল ঢোল-পেঁপা-গগনাৰ শব্দত ৰজনজনাই উঠিছে ৰাজ্যৰ আকাশ-বতাহ। ৰঙালী বিহু উদযাপনৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে প্রস্তুতি তুংগত উঠাৰ সময়তে পূৰ্বোত্তৰ প্ৰদেশীয়া মাৰৱাড়ী যুৱ মঞ্চ চমুকৈ পিপিএমৱাইএমে অহা ১৬ আৰু ১৭ এপ্ৰিলত …

অসমত এনকাউণ্টাৰৰ নামত মুকলি হত্যাকাণ্ড সংঘটিত হৈ আছে : ড০ দিব্যজ্যোতি শইকীয়া

গুৱাহাটী : অসমত আৰক্ষীৰ এনকাউণ্টাৰৰ সন্দৰ্ভত এতিয়া ৰাজ্যজুৰি চৰ্চা অব্যাহত আছে। সকলোৱে ইয়াক চৰকাৰৰ একনায়কত্ববাদ বুলি অভিহিত কৰিছে। যাৰ ফলত ৰাস্তাৰ পৰা সদনলৈকে ইয়াৰ বিৰুদ্ধে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিৰোধীৰ লগতে সামাজিক সংগঠনসমূহে এই সন্দৰ্ভত কয় যে চৰকাৰে অপৰাধীসকলৰ বিৰুদ্ধে ব্যৱস্থা …

পূৰবী ডেইৰীৰ বিহু উপহাৰ, ফুল ক্ৰীম গাখীৰ পূৰবী গ’ল্ড মুকলি

গুৱাহাটী : গুৱাহাটী আৰু ইয়াৰ ওচৰৰ অঞ্চলসমূহৰ লোকসকলৰ বাবে আনন্দ কঢ়িয়াই আনি, অসমৰ সৰ্ববৃহৎ দুগ্ধ সমবায় পূৰবী ডেইৰীয়ে ৰঙালী বিহুৰ প্ৰাকক্ষণত ইয়াৰ এটা ফুল ক্ৰীম গাখীৰৰ সংস্কৰণ পূৰবী গ’ল্ডৰ প্ৰৱৰ্তন কৰিছে। পূৰবী ডেইৰী নামেৰে জনাজাত পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় …

কুমাৰপাৰাত গুৱাহাটীৰ প্ৰথম “চাট কা চাস্কা” আউটলেট উদ্বোধন

গুৱাহাটী : কুমাৰপাৰাত গুৱাহাটীৰ প্ৰথম “চাট কা চাস্কা” আউটলেট উদ্বোধন। সমগ্ৰ দেশত ১৫০ খনতকৈও অধিক বিপনীৰ মাধ্যমৰে সুস্বাদু ফ্লেভাৰৰ সৈতে লাখ লাখ লোকৰ হৃদয়ত স্থান দখল কৰা ‘চাট কা চাস্কা’ৰ সোমবাৰে গুৱাহাটীত ইয়াৰ প্ৰথমখন আউটলেট মুকলি কৰা হয়। গুৱাহাটীৰ কুমাৰপাৰা …

স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ বৃহৎ আৱক্ষ্য মূৰ্তিত জোতা-চেণ্ডেল পিন্ধি ভাং আৰু মদৰ আড্ডা

আমিনুৰ ৰহমান শিৱসাগৰ : আহোম স্বৰ্গদেউক অপমান। শিৱসাগৰৰ ৰুদ্ৰ সিংহ উদ্যানত ভয়ংকৰ ঘটনা। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ আৱক্ষ্য প্ৰতিমূৰ্তিত জোতা-চেণ্ডেল পিন্ধি উদণ্ড যুৱকৰ দলে পাতিছে ভাংৰ আড্ডা। বিভাগীয় কৰ্তৃপক্ষৰ অমনোযোগিতাৰ বাবেই অসামাজিক কাৰ্যকলাপৰ ঘটিত পৰিণত জয়সাগৰ পুখুৰী পাৰৰ ৰুদ্ৰসিংহৰ উদ্যান। ৰাইজৰ মাজত …