ভঙাগড় উৰণীয়া সেঁতুৰ তলত বিধ্বংসী অগ্নিকাণ্ড
গুৱাহাটী : মহানগৰী গুৱাহাটীৰ ভঙাগড়ত বিধ্বংসী অগ্নিকাণ্ড। ভঙাগড় উৰণীয়া সেঁতুৰ তলত বিধ্বংসী অগ্নিকাণ্ড। উৰণীয়া সেঁতুৰ তলত থকা এখন হোটেলত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড। কিছুদিন পূৰ্বে নতুনকৈ হোটেলখন মুকলি কৰা হৈছিল। হোটেলখন সম্পূৰ্ণৰূপে জুইত জাহ যায়। শনিবাৰে পুৱাৰ ভাগতে মহানগৰী …