Fakirganj : ফকিৰগঞ্জ থানাৰ লগতে কেইবাটাও প্ৰতিষ্ঠানৰ প্ৰতি ভাবুকি
ফকিৰগঞ্জ : ফকিৰগঞ্জ থানাৰ (Fakirganj Police Station) লগতে কেইবাটাও প্ৰতিষ্ঠানৰ প্ৰতি ভাবুকি। ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়াই (River Brahmaputra Erosion) ভাবুকি কঢ়িয়াই আনিছে ফকিৰগঞ্জ থানাৰ লগতে কেইবাটাও চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্রতিষ্ঠানলৈ। ব্ৰহ্মপুত্ৰ নদীৰ বুকুত ডুব যোৱাৰ উপক্ৰম হামিদাবাদ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়। দক্ষিণ …