প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবে ছাত্ৰীক আক্ৰমণ
গৰৈমাৰী : এগৰাকী ছাত্ৰীক পাঁচ জনীয়া দুৰ্বৃত্তৰ দলৰ আক্ৰমণ। প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবে অষ্টম শ্ৰেণীৰ ছাত্ৰী গৰাকীক আক্ৰমণ চলালে পাঁচ জনীয়া দুৰ্বৃত্তৰ দলটোৱে। গুৰুত্বভাৱে আহত ছাত্ৰী গৰাকী। ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকৰ ওপৰত চলিল দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণ। প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ …