হুঁচৰি দলৰ বাহন দুর্ঘটনাগ্ৰস্ত : থিতাতে নিহত ৫ জন
গহপুৰ : বিহুৰ আনন্দৰ মাজতে এক ভয়ংকৰ পথ দুর্ঘটনা। দুর্ঘটনাগ্ৰস্ত হৈছে হুঁচৰি দলৰ এখন বাহন। থিতাতে নিহত ৫ জনকৈ লোক। আহত কেইবাজনো লোক। আহত সকলকৰ ভিতৰত কেইবাজনৰো অৱস্থা সংকটজনক। বিহুৰ উখল মাখল পৰিৱেশৰ মাজতে নিশা গহপুৰৰ টকৌবাৰীৰ ৰঙাজানত সংঘটিত হৈছে …