যোৰাবাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ বৃহৎ সাফল্য
যোৰাবাট : যোৰাবাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ আন এক বৃহৎ সাফল্য। বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰ জব্দ কৰিলে যোৰাবাট আৰক্ষীয়ে। বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰসহ দুজন ড্ৰাগছ সৰবৰাহকাৰী পৰিছে যোৰাবাট আৰক্ষীৰ জালত। অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। প্ৰতিদিনে ৰাজ্যত জব্দ …