শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ উত্তাল প্ৰতিবাদ
আমিনুৰ ৰহমান শিৱসাগৰ : শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ উত্তাল প্ৰতিবাদ। অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে শিৱসাগৰত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰতিবাদী কাৰ্যসূচী। মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবী কংগ্ৰেছ দলৰ। অত্যাৱশ্যকীয় সা-সামগ্ৰী আৰু ইন্ধনজাত সামগ্ৰীৰ ধাৰাবাহিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে শনিবাৰে …