এজন ব্যৱসায়ীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি জোৰশিমুলীত তীব্ৰ চাঞ্চল্য

বকো : এজন ব্যৱসায়ীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য। কামৰূপ জিলাৰ জোৰশিমুলীৰ এজন তামোল ব্যৱসায়ীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। মেঘালয়ৰ পৰা উভতি আহোঁতে পথৰ ওপৰত অচেতন অৱস্থাত উদ্ধাৰ হয় তামোল ব্যৱসায়ীজন। কামৰূপ জিলাৰ জোৰশিমুলীৰ …

মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত বৰদৈচিলাৰ তাণ্ডৱ

মানকাচৰ : মানকাচৰৰ বিভিন্ন প্ৰান্তত বৰদৈচিলাৰ তাণ্ডৱ। মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তবৰ্তী পাথুৰীয়া, ঝাওডাঙ্গা, কুচনীমাৰাত শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ বিধস্ত। বহু ঠাইত প্ৰকাণ্ড প্ৰকাণ্ড গছ বাগৰি পৰে। গছ বাগৰি ৭ খন চাৰিচকীয়া বাহনৰ ক্ষতি সাধন হোৱাৰ লগতে বিদ্যুৎৰ খুটা পৰি যোৱাত বিদ্যুৎ …

অভয়াপুৰীত শোকাবহ দুৰ্ঘটনাত নিহত সাংবাদিক আব্দুল লতিফ

গৰ্গজ্যোতি দাস অভয়াপুৰী : অভয়াপুৰীত শোকাবহ দুর্ঘটনা। এই শোকাবহ দুৰ্ঘটনাত আব্দুল লতিফ নামৰ এজন সাংবাদিকৰ লগতে আন এজন যুৱক নিহত হয়। ঘটনাক কেন্দ্ৰ কৰি অভয়াপুৰীত বিৰাজ কৰিছে শোকৰ ছাঁ। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বৰঘোলাত এক শোকাবহ দুর্ঘটনা সংঘটিত হৈছে। এখন বাহন …

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তত আৰক্ষী আৰু দুৰ্বৃত্তৰ মাজত সংঘর্ষ

চিৰাং : চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তত আৰক্ষী আৰু দুৰ্বৃত্তৰ মাজত সংঘর্ষ। আৰক্ষীৰ গুলীত নিহত দুজন অস্ত্ৰধাৰী যুৱক। আৰক্ষী আৰু দুৰ্বৃত্তৰ মাজত হোৱা সংঘর্ষত আহত হৈছে চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধী। ডকাইতৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা আৰক্ষীৰ দলটোৰ লগত …

মহানগৰীত অস্ত্ৰ দেখুৱাই ১০ লাখ টকা লুটি নিলে ডকাইতে

গুৱাহাটী : মহানগৰী গুৱাহাটীত আন এক চাঞ্চল্যকৰ ডকাইতিকাণ্ড। দিন দুপৰতে মহানগৰী গুৱাহাটীত সংঘটিত হৈছে ডকাইতিকাণ্ড। অস্ত্ৰ দেখুৱাই ডকাইতৰ দলে লুটি নিলে নগদ ১০ লাখ টকাসহ সোণৰ অলংকাৰ। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। মহানগৰী গুৱাহাটীত পুনৰ আৰক্ষীৰ ব্যৰ্থতাৰ …

শিশু ধর্ষণকাৰী লম্পট মহিম শৰ্মা আৰক্ষীৰ গুলীত আহত

জোনমণি বেগম বিশ্বনাথ : বিশ্বনাথ আৰক্ষীৰ গুলী চালনা। ৭ বছৰীয়া কন্যা শিশুৰ লগত অপকৰ্ম কৰা লম্পটক লক্ষ্য কৰি বিশ্বনাথ আৰক্ষীৰ গুলী চালনা। বিশ্বনাথ আৰক্ষীৰ গুলীত আহত হৈছে ৬০ বছৰীয়া লম্পট মহিম শৰ্মা। লম্পট মহিম শৰ্মাৰ ভৰিত গুলী লাগিছে। অপৰাধীক লক্ষ্য …

জাগীৰোড আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ বৃহৎ সাফল্য

জাগীৰোড : জাগীৰোড আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ বৃহৎ সাফল্য। জাগীৰোড আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ হেৰ’ইন। জালত পেলালে তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক। নগাঁৱৰ পৰা জাগীৰোডত হেৰ’ইনখিনি সৰবৰাহ কৰিবলৈ আহিছিল ড্ৰাগছ সৰবৰাহকাৰী তিনিজন। ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে …

মুকালমুৱাত এজন যুৱকে ছুৰিৰে আক্ৰমণ কৰিলে আন এজন যুৱকক

আজিজ আলী মুকালমুৱা : মুকালমুৱাত চাঞ্চল্যকৰ ঘটনা। মুকালমুৱাত এজন যুৱকে ছুৰিৰে আক্ৰমণ কৰিলে আন এজন যুৱকক। আক্ৰমণৰ বলি হোৱা যুৱকজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি। আক্ৰমণকাৰী যুৱকৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত। নলবাৰী জিলাৰ মুকালমুৱাৰ লোহাৰকাঠাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ইছলাম …

হিৰো আইডব্লিউএলত যুঁজ দিও পৰাস্ত হ’ল গুৱাহাটী চিটী এফচি

গুৱাহাটী : প্ৰথম মেচৰ শোচনীয় পৰাজয় পাহৰি দেওবাৰে হিৰো ইণ্ডিয়ান ৱমেন্‌ছ লীগৰ কোৱালিফায়াৰ্ছত মণিপুৰৰ ইয়ং ৱেলফেয়াৰ ক্লাবৰ বিৰুদ্ধে তীব্ৰ যুঁজ দিও পৰাজয় বৰণ কৰিলে গুৱাহাটী চিটী এফচি (জিচিএফচি)ৰ মহিলা দলটোৱে। নতুন দিল্লীৰ ডঃ আম্বেদকাৰ ষ্টেডিয়ামত অনুষ্ঠিত নিজৰ দ্বিতীয়খন মেচত জিচিএফচিয়ে …

৬০ বছৰীয়া লম্পটৰ অপকৰ্মৰ চেষ্টা ৭ বছৰীয়া কন্যা শিশুক

জোনমণি বেগম বিশ্বনাথ : বিশ্বনাথৰ কাঠনিবাৰীত জঘন্য ঘটনা। ৬০ বছৰীয়া লম্পট এজনে অপকৰ্মৰ চেষ্টা চলায় এগৰাকী ৭ বছৰীয়া কন্যা শিশুক। লম্পট মহিম শৰ্মাৰ মুখত চূণ সানি, চেণ্ডেলৰ মাল পিন্ধাই উত্তম-মাধ্যম সোধাই গতালে জিনজিয়া আৰক্ষীক। লম্পট মহিম শৰ্মাক ফাঁচী অথবা এনকাউন্টাৰ …