মহানগৰীত অৰুণাচল প্ৰদেশৰ যুৱতীক যৌন নিৰ্যাতনৰ অভিযোগ
গুৱাহাটী : গুৱাহাটী মহানগৰীত যুৱতীক যৌন নিৰ্যাতনৰ অভিযোগ। মহানগৰীত অৰুণাচল প্ৰদেশৰ এগৰাকী যুৱতীক যৌন নিৰ্যাতনৰ অভিযোগ। চেলুনত চুলি কৰিবলৈ যোৱা অৰুণাচল প্ৰদেশৰ যুৱতী গৰাকীক চেলুনৰ কৰ্মচাৰীয়ে যৌন নিৰ্যাতন চলোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন। আৰক্ষীৰ ভূমিকাকলৈ ক্ষোভ প্ৰকাশ কৰে যুৱতী গৰাকীৰ লগতে …