একে দিনেই ২২ জনকৈ নিবনুৱা যুৱক-যুৱতীক কৰ্ম সংস্থাপন
জোনমণি বেগম বিশ্বনাথ : একে দিনেই ২২ জনকৈ নিবনুৱা যুৱক-যুৱতীক কৰ্ম সংস্থাপন প্ৰদান কৰিলে বিশ্বনাথৰ এগৰাকী প্ৰতিষ্ঠিত ব্যবসায়ীয়ে।বিশ্বনাথ জিলা ঘোষণা হোৱাৰ পৰাই জিলাখনৰ বিভিন্ন স্থানত অগ্ৰসৰ হ’বলৈ ধৰিছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান। জিলাখনৰ জনসাধাৰণৰ চাহিদাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি বিশ্বনাথৰ প্ৰতিষ্ঠিত …