বজালীৰ গলিয়া টোলগেটত কৰ্মচাৰীৰ প্ৰতিবাদ
বজালী : বজালীৰ গলিয়া টোলগেটত কৰ্মচাৰীৰ প্ৰতিবাদ। শালবাৰীৰ মহকুমা আৰক্ষী বিষয়া সমিৰন বৈশ্যই টোলগেটৰ কৰ্মচাৰীক মাৰপিট কৰাৰ অভিযোগ।বজালী আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। টোলগেটৰ কৰ্মচাৰীয়ে পথচাৰীক অসভ্য আচৰণ কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া। বজালী জিলাৰ ভাৱনীপুৰ গলিয়াত থকা টোলগেটত আৰক্ষী বিষয়া সমীৰণ বৈশ্য …