শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত উখল মাখল পৰিৱেশ
আমিনুৰ ৰহমানৰ সহযোগত প্ৰীতী পাৰিক শিৱসাগৰ : শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত উখল মাখল পৰিৱেশ। ৰংপুৰ মেলা উপলক্ষে ৰংঘৰৰ বাকৰিত উখল মাখল পৰিৱেশ। টাই আহোম যুৱ পৰিষদ অসমৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত সম্প্ৰীতি আৰু সন্মন্বয়ৰ এনাজৰীৰে দ্বাদশ বাৰ্ষিক ৰংপুৰ মেলা অনুষ্ঠিত ৰংঘৰৰ …