কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত গণৰাজ্য দিৱস উদযাপন
আমিনগাঁও : ‘যেতিয়া ক’ভিডৰ বৃহৎ দুৰ্যোগৰ সন্মুখীন হৈ মানৱতা প্ৰায় স্তব্ধ হৈ পৰিছিল, মোৰ মনত প্ৰায়ে সংবিধানৰ কেন্দ্ৰীয় বাৰ্তাই ভুমুকি মাৰিছিল। আমাৰ সাংবিধানিক প্ৰমূল্য ‘ভাতৃত্ব’ৰ অবিহনে মহামাৰীৰ বিৰুদ্ধে সফল যুঁজ কেতিয়াও সম্ভৱ নহ’লহেঁতেন।’ দেশৰ ৭৩ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে কামৰূপ …