ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত এগৰাকী ছাত্ৰক নিৰ্মমভাৱে আক্ৰমণ
ৰঙিয়া : ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। জ্যেষ্ঠ ছাত্ৰই দলবদ্ধভাৱে আক্ৰমণ চলালে কনিষ্ঠ ছাত্ৰক। বিদ্যালয়ৰ চৌহদৰ ভিতৰতে একাংশ জ্যেষ্ঠ ছাত্ৰই দলবদ্ধভাৱে আক্ৰমণ চলালে এজন কনিষ্ঠ ছাত্ৰক। আক্ৰমণৰ বলি হোৱা ছাত্ৰ গৰাকী গুৰুত্বৰভাৱে আহত। ৰঙিয়া জৱাহৰ নৱোদয় বিদ্যালয়ত …