দেহ ব্যৱসায়ৰ ঘাটিত চলিল ৰাইজৰ অভিযান
গৰ্গ জ্যোতি দাস অভয়াপুৰী : দেহ ব্যৱসায়ৰ ঘাটিত চলিল ৰাইজৰ অভিযান। দীর্ঘদিন ধৰি নাৰী দেহৰ ব্যৱসায় চলি থকা ঘাটি উৎসাত কৰিলে ৰাইজে। দেহ ব্যৱসায়ৰ ঘাটিৰ পৰা আটক এজন যুৱক, সুবিধা বুজি পলায়ন কৰিলে এগৰাকী যুৱতী। বঙাইগাঁও জিলাৰ অভয়াপুৰীত ৰাইজে উৎসাত …