ডিব্ৰুগড়ত বেংকৰ ভিতৰত মহিলাক, মঙলদৈত অটোৰ ভিতৰত ছাত্ৰীক অশ্লীল ইংগিত

মঙলদৈ : মঙলদৈত অটো চালকৰ ঘৃণনীয় কাণ্ড। দুগৰাকী ছাত্ৰীক কাষত বহুৱাই অটোচালকৰ অশ্লীল ইংগিত। সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল কৰা মহলীয়াপাৰাৰ যুৱকসহ ছাত্ৰীক অশ্লীল ইংগিত দিয়া অটো চালক গ্ৰেপ্তাৰ। কিছুদিন পূৰ্বে ডিব্ৰুগড়ত বেংকৰ ভিতৰত শাৰী পাতি থকা অৱস্থাত এগৰাকী মহিলাক এজন …

উল্টাপানীত আৰক্ষীৰে সংঘর্ষত ইউ এল বিৰ দুজন সদস্য নিহত

কোকৰাঝাৰ : আমাৰ এজন সদস্যক মাৰিলে আমি ২০ জনক মাৰিম বুলি হুংকাৰ দিয়া উগ্ৰপন্থী সংগঠনৰ দুজন সদস্য নিহত আৰক্ষীৰ গুলীত। ১৫ ছেপ্টেম্বৰত সংগঠনটোৰ জন্ম হোৱা বুলি সংবাদ মাধ্যমলৈ ভিডিঅ’ প্ৰেৰণ কৰি পৃথক বড়োভূমিৰ দাবী জনোৱা এই নৱগঠিত সংগঠনটোৱে বিটিআৰৰ লগতে …

এইবাৰ হাজোৰ পঠাই ধর্ষণ কৰিলে এগৰাকী ১২ বছৰীয়া কিশোৰী

হাজো : ৰাজ্যৰ সংঘটিত হৈছে অন্য এক পঠাকাণ্ড। মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ পঠাৰ পিছত এইবাৰ কামৰূপ জিলাৰ হাজোত অন্য এক পঠা। ৬৫ বছৰীয়া এই পঠাই ধর্ষণ কৰিলে এগৰাকী ১২ বছৰীয়া কিশোৰীক। ঘটনাক কেন্দ্ৰ কৰি হাজোত তীব্ৰ চাঞ্চল্য। ধর্ষণকাৰী ৬৫ বছৰীয়া বৃদ্ধক …

ৰাজ্য চৰকাৰে নিজস্ব পুঁজিৰে ৮৫৩ খন ফেৰীত সংযুক্ত কৰিব মেৰিন ইঞ্জিন

গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ উদ্যোগত আৰু বিশ্ব বেংকৰ অর্থ সাহায্যৰে নিৰ্মাণ কৰা ৫ খন জাহাজ আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উচৰ্গা কৰে। গুৱাহাটীৰ লাচিত ঘাটত মুখ্যমন্ত্রীয়ে পতাকা জোকাৰি সেৱা আৰম্ভ কৰা এই জাহাজ কেইখনৰ এম …

ড্ৰাগছ সৰবৰাহত অসফল জামাল আলী গুলীবিদ্ধ হৈ চিকিৎসালয়ত ভৰ্তি

গুৱাহাটী : ড্ৰাগছ লৈ গুৱাহাটীলৈ আহি থকা অৱস্থাত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছিল জামাল আলী। বৃহস্পতিবাৰে সন্ধিয়াৰ সময়ত বশিষ্ঠ আৰক্ষীয়ে অভিযান চলাই যোৰাবাটৰ গণেশ মন্দিৰৰ ওচৰত জামাল আলীক বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছিল। জামাল আলীৰ আই১০ বাহনখনৰ চিটৰ তৰল পৰা জব্দ …

সফল নহ’ল জামাল আলীৰ কৌশল, সফলতা লাভ কৰিলে আৰক্ষীয়ে

গুৱাহাটী : মহানগৰ আৰক্ষীয়ে এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। জামাল আলী নামৰ এজনে আৰক্ষীৰ চকুত ধূলি দিয়াৰ বাবে বিশেষ কৌশল অৱলম্বন কৰিছিল যদিও সফলতা পিছে মহানগৰ আৰক্ষীয়ে পালে। যোৰাবাটত জামাল আলী আৰক্ষীৰ জালত পৰিল। কেতিয়াবা যদি চাৰিচকীয়া বাহনৰ …

যুৱৰাজ সিঙে এএমচিলৈ আগবঢ়োৱা ক্ৰিটিকেল কেয়াৰ ইউনিট বিচনাৰ উদ্বোধন

গুৱাহাটী : ভাৰতৰ তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিঙে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ আগবঢ়োৱা ৫০ খন বিচনাৰ ‘ক্ৰিটিকেল কেয়াৰ ইউনিট’ (চিচিইউ) এটা বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈগৰাকীৰ দাতব্য …

কামৰূপ মহানগৰ জিলাত একেদিনাই ৭৫ হাজাৰ লোকক টীকাকৰণৰ লক্ষ্য

গুৱাহাটী : কামৰূপ মহানগৰ জিলাত একেদিনাই ৭৫ হাজাৰ লোকক টীকাকৰণৰ লক্ষ্য জিলা প্ৰশাসনৰ। ১৭ ছেপ্টেম্বৰ অৰ্থাৎ শুকুৰবাৰে ৰাজ্যত অনুষ্ঠিত কৰিবলগীয়া ক’ভিডৰ মহা টীকাকৰণ অভিযানৰ অংশ হিচাবে কামৰূপ মহানগৰ জিলাৰ এই অভিযানত লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে দিনটোত ৭৫ হাজাৰ লোকক দ্বিতীয় পালি …

বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰসহ তিনি ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ

দক্ষিণ শালমাৰা: দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ফকিৰগঞ্জ থানাৰ অন্তৰ্গত সোনাৰপাৰত বৃহস্পতিবাৰে বিয়লি প্ৰায় ৫ বজাত দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষীৰ সহযোগত ফকিৰগঞ্জ আৰক্ষীয়ে এক ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰসহ তিনিজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। এক গোপন খবৰৰ ভিত্তিত জিলা …

ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন হৈ থকা তিনি কিশোৰৰ মৃতদেহ উদ্ধাৰ

গোৱালপাৰা : ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন হৈ থকা তিনি কিশোৰৰ মৃতদেহ উদ্ধাৰ। এনডিআৰএফ আৰু এছডিআৰএফৰ অভিযানত উদ্ধাৰ কিশোৰ তিনিজনক মৃতদেহ। নবী হুছেইন নামৰ কিশোৰ গৰাকীৰ মৃতদেহ প্ৰথমে দুপৰীয়াৰ ভাগত উদ্ধাৰ হোৱাৰ পিছত মুক্তাৰ হুছেইন আৰু শ্বাহানুৰ ইছলামৰ মৃতদেহ উদ্ধাৰ হয়। বুধবাৰৰ …