আৰক্ষী উপ-পৰিদৰ্শকৰ পিছত মীন বিভাগৰ জ্যেষ্ঠ সহায়ক
মৰিগাঁও : দুৰ্নীতিৰ বিৰুদ্ধে অব্যাহত আছে ৰাজ্য চৰকাৰৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। হাইলাকান্দি সদৰ আৰক্ষী থানাৰ আৰক্ষী উপ-পৰিদৰ্শক সুধন্য ভট্টাচাৰ্যক ৰঙা ঘৰলৈ চালনা দিয়াৰ পিছত দুৰ্নীতি নিবাৰক শাখাই জালত পেলালে মৰিগাঁও উপায়ুক্ত কাৰ্যালয়ৰ মীন বিভাগৰ জ্যেষ্ঠ সহায়ক হৰেন কুমাৰ নাথক। …