ছুপাৰ মার্কেটত নবনির্মিত উৰণীয়া সেঁতু ৰাইজৰ সেৱাত উৎসৰ্গা কৰিলে মুখ্যমন্ত্রীয়ে
গুৱাহাটী : ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়ন প্রক্রিয়াক এক নতুন গতি প্রদান কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে জি এছ ৰােডৰ ছুপাৰ মার্কেটত নতুনকৈ নিৰ্মাণ কৰা দুইলেনযুক্ত উৰণীয়া সেঁতুখন আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উৎসৰ্গা কৰে। ২০১৯-২০ বৰ্ষৰ ৰাজ্যিক স্ব-অগ্রাধিকাৰ উন্নয়ন পুঁজিৰ অধীনত …