গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখে নিয়াৰ পথত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ
আজিজ আলী মুকালমুৱা : অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থাকৰ মাজতে ৰাজ্যত চলি আছে ড্ৰাগছৰ সৰবৰাহ। এফালে আৰক্ষীৰ অভিযান আনফালে একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে নতুন নতুন কৌশল অৱলম্বন কৰি ড্ৰাগছৰ সৰবৰাহ চলাই আছে। পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল …