নগৰবেৰাৰ বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস ও সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ আৰম্ভণি

আব্দুল হক নগৰবেৰা : কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ নগৰবেৰাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস ও সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ আৰম্ভণি অনুষ্ঠান বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। এই উপলক্ষে ৰাতিপুৱা ৯-৩০ …

বিজেপি চৰকাৰ গ’ বেক ধ্বনিৰে উত্তাল নলবাৰী জিলাৰ মুকালমুৱা

আজিজ আলী মুকালমুৱা : বিজেপি চৰকাৰ গ’ বেক ধ্বনিৰে উত্তাল নলবাৰী জিলাৰ মুকালমুৱা। মুকালমুৱাত মূল্যবৃদ্ধি নিয়ন্ত্ৰণত বিজেপি চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি আৰু ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৰক্ষেত্ৰী …

এজিউৰ পাৱাৰে ভাৰতৰ সৌৰ বিপ্লৱৰ সৈতে অংশীদাৰিত্ব কৰিছে

গুৱাহাটী : ২০০৮ চনত ভাৰত চৰকাৰে জলবায়ু পৰিৱৰ্তন, অভিযোজন আৰু প্ৰশমন, শক্তি দক্ষতা আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বুজাবুজিৰ ওপৰত গুৰুত্ব দি জলবায়ু পৰিৱৰ্তনৰ ওপৰত ৰাষ্ট্ৰীয় কাৰ্য পৰিকল্পনা (এনএপিচিচি) আৰম্ভ কৰাৰ সময়ত ভাৰতৰ সৌৰ যাত্ৰাৰ উত্তৰণ দেখা গৈছিল।এনএপিচিচিৰ অধীনত ৰাষ্ট্ৰীয় সৌৰ …

জলসম্পদ বিভাগৰ গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই

গুৱাহাটী : মুখ্যমন্ত্ৰীৰ ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানলৈ সহাঁৰি জনাই জলসম্পদ বিভাগৰ গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ। জলসম্পদ বিভাগৰ গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। জলসম্পদ বিভাগৰ সকলো কাৰ্যালয়ৰ চৌহদত গছপুলি ৰোপন কৰিবলৈ বিভাগটোৰ কৰ্মচাৰী সকলক আহ্বান মন্ত্ৰী পীযুষ …

ড্ৰাগছ সৰবৰাহকাৰী বাদছু আলীক গ্ৰেপ্তাৰ কৰিলে মুকালমুৱা আৰক্ষীয়ে

আজিজ আলী মুকালমুৱা : অৱশেষত মুকালমুৱা আৰক্ষীৰ জালত পৰিল কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী বাদছু আলী। দীর্ঘদিন ধৰি মুকালমুৱা আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰি থকা বাদছু আলী মঙলবাৰে নিশা মুকালমুৱা আৰক্ষীৰ জালত পৰে। মুকালমুৱা থানা আৰু দৌলাশাল আৰক্ষী চকীৰ অভিযানত জালত …

মূল্যবৃদ্ধি ৰোধ আৰু গো-আইন বাতিলৰ দাবীত বীৰ লাচিত সেনাৰ প্ৰতিবাদ

আমিনুৰ ৰহমান শিৱসাগৰ : মূল্যবৃদ্ধি ৰোধ আৰু গো-আইন বাতিল কৰাৰ দাবীত বীৰ লাচিত সেনাৰ প্ৰতিবাদ। শিৱসাগৰৰ ৰাজপথত বীৰ লাচিত সেনাৰ উত্তাল প্ৰতিবাদ। প্ৰতিবাদ সাৱস্ত্য কৰাত আৰক্ষীৰ বাধা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু যোগানমন্ত্ৰী ৰণজিত কুমাৰ দাসৰ প্ৰতিমূৰ্তি দাহৰ চেষ্টা। শিৱসাগৰ …

সোণাৰীত প্ৰথম শ্ৰেণীৰ ছাত্ৰীক ডিঙি কাটি হত্যা : নৰবলিৰ সন্দেহ

সোণাৰী : এটাৰ পিছত আনটো নৰবলিৰ ঘটনাই জোকাৰি গৈছে সোণাৰী। কিছুদিন পূৰ্বে সোণাৰীত এটি শিশুক বলি দিয়া ঘটনাৰ চঞ্চল্য মাৰ নাযাওঁতে পুনৰ এগৰাকী কন্যা শিশুক বলি দিয়াৰ জঘন্য ঘটনা সংঘটিত হৈছে সোণাৰীত। চৰাইদেউ জিলাৰ সোণাৰীৰ টিঙালীবাম চাহ বাগিচাত সংঘটিত হৈছে …

কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেক গ্ৰেপ্তাৰ কৰিলে মহাৰাষ্ট্ৰ আৰক্ষীয়ে

নিউজ ডেস্ক : কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেক গ্ৰেপ্তাৰ। মহাৰাষ্ট্ৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেক। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধাৱ ঠাকৰে সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ বাবে মহাৰাষ্ট্ৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেক। মহাৰাষ্ট্ৰত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰি …

নলবাৰী জিলাৰ মুকালমুৱাত ক’ভিড ভেকচিনৰ নাটনিৰ অভিযোগ ৰাইজৰ

আজিজ আলী মুকালমুৱা : নলবাৰী জিলাৰ মুকালমুৱাত ক’ভিড ভেকচিনৰ নাটনিৰ অভিযোগ ৰাইজৰ। ক’ভিড ভেকচিনৰ নাটনিয়ে ভেকচিন লব বিচৰা লোক সকলক চিন্তিত কৰি তুলিছে৷ পৰ্যাপ্ত পৰিমাণৰ ভেকচিন দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে। উল্লেখযোগ্য যে মুকালমুৱাত ক’ভিড ভেকচিন লোৱাৰ বাবে …

মৰিগাঁৱৰ পৰা লাডাখলৈ পদযাত্ৰা আৰম্ভ কৰা দুই যুৱকক দৌলাশালত সম্বৰ্ধনা

আজিজ আলী মুকালমুৱা : মৰিগাঁৱৰ দুই যুৱকৰ লাডাখলৈ পদযাত্ৰা। বৰক্ষেত্ৰীৰ দৌলাশালত উপস্থিত হোৱা যুৱক দুজনক সম্বৰ্ধনা। চাৰিদিন পূৰ্বে পদযাত্ৰা আৰম্ভ কৰা যুৱক দুজন মঙলবাৰে উপস্থিত হয় বৰক্ষেত্ৰীত। মৰিগাঁও জিলাৰ দুই যুৱকে নৱপ্ৰজন্মক উৎসাহিত কৰাৰ উদ্দেশ্যে আগত ৰাখি আৰম্ভ কৰিছে এক …