ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত গছ পেলাই ১৫ খনকৈ বাহন লুটিলে ডকাইতে
ডবকা : ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত গছ পেলাই ১৫ খনকৈ বাহন লুটিলে ডকাইতে। এই চঞ্চল্যকৰ ডকাইতিকাণ্ড সংঘটিত হৈছে ডবকাত। মঙলবাৰে পুৱতি নিশা সংঘটিত হয় এই ডকাইতিকাণ্ড। হাতত অস্ত্ৰলৈ ১৫ জনীয়া ডকাইতৰ এটা দলে সংঘটিত কৰে এই চঞ্চল্যকৰ ডকাইতিকাণ্ড। পুৱতি নিশা প্ৰায় …