দহ বছৰে সম্পূৰ্ণ নহ’ল বকোৰ মালিবাৰী পথাৰ বজাৰৰ পানী যোগান আঁচনিৰ কাম

আব্দুল হক নগৰবেৰা : বকোৰ মালিবাৰী পথাৰ বজাৰত বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ দুৰৱস্থা৷ বিগত দহ বছৰে সম্পূৰ্ণ নহ’ল পানী যোগান আঁচনিৰ কাম৷ বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত কেইবা শতাধিক ৰাইজ৷ কাৰ্যক্ষম হৈ নুঠা পানী যোগান আঁচনিৰ গৃহটো আৱৰি ধৰিছে জংঘলে৷ এফালে …

শিৱসাগৰৰ পুৰণি চিভিল হাস্পতালত অগ্নিকাণ্ডৰ ঘটনা

আমিনুৰ ৰহমান শিৱসাগৰ : শিৱসাগৰত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা। শিৱসাগৰৰ পুৰণি চিভিল হাস্পতালত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা। বৃহস্পতিবাৰে দুপৰীয়াৰ ভাগত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা৷ শিৱসাগৰ নগৰৰ দলমুখ চাৰিআলিস্থিত মাতৃ সেৱা সদন নামৰ পুৰণি চিভিল হাস্পতালৰ মেটাৰনিৰ্টি ৱাৰ্ডত সংঘটিত …

নিশা মুকালমুৱাত মগনীয়াক চোকা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ

আজিজ আলী মুকালমুৱা : মুকালমুৱাৰ আদাবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী মগনীয়াক আক্ৰমণ দুৰ্বৃত্তৰ। গুৰুত্বৰভাৱে আহত মগনীয়া গৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ। ঘটনাকলৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। নলবাৰী জিলাৰ মুকালমুৱাৰ আদাবাৰীত বুধবাৰে নিশাৰ ভাগত এগৰাকী মগনীয়াক আক্ৰমণ চলায় দুৰ্বৃত্তই। চোকা অস্ত্ৰৰে …

যোৰাবাটত মণিপুৰৰ পৰা অহা ট্ৰাকত জব্দ বৃহৎ পৰিমাণৰ হে’ৰইন

গুৱাহাটী : যোৰাবাটত মণিপুৰ পৰা অহা ট্ৰাকত পৰা জব্দ বৃহৎ পৰিমাণৰ হে’ৰইন। আৰক্ষীয়ে মণিপুৰৰ পৰা অহা ট্ৰাকত তালাচী চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ হে’ৰইন। জব্দকৃত হে’ৰইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৫ কোটি টকা। অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ এইয়া এক …

আফগানিস্তানত প্ৰতিবাদকাৰীৰ ওপৰত তালিবানৰ গুলী চালনা

নিউজ ডেস্ক : আফগানিস্তানত তালিবানে দেখুৱালে নিজৰ প্ৰকৃত চৰিত্ৰ। আফগান প্ৰতিবাদকাৰীৰ ওপৰত গুলী চালনা কৰিলে তালিবানে। তালিবানৰ গুলীত কেইবাগৰকী প্ৰতিবাদকাৰী আহত। প্ৰতিবাদকাৰী আফগান নাগৰিক নিহত হোৱাৰো শংকা। জালালাবাদত তালিবানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল আফগান নাগৰিকে। তালিবানৰ হাতলৈ আফগানিস্তান যোৱাৰ পিছৰে …

হাজো ৰুৰবান মণ্ডল পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী ফাগ্গান সিং কুলাস্তেৰ

আমিনগাঁও : ভাৰত চৰকাৰৰ ষ্টীল আৰু গ্ৰামোন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ফাগ্গান সিং কুলাস্তেয়ে বুধবাৰে গ্ৰামোন্নয়নৰ কাম-কাজ পৰিদৰ্শনাৰ্থে কামৰূপ জিলাত উপস্থিত হয়৷ ক্ষেত্ৰীয় পৰ্যায়ত পৰিদৰ্শনৰ আগতে মন্ত্ৰীগৰাকীক কামৰূপ জিলা প্ৰশাসন আৰু হাজো উন্নয়ন খণ্ডৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হয়৷ এই …

গাঞ্জা ভৰ্তি বাহনক লক্ষ্য কৰি মাজবাট আৰক্ষীৰ গুলী চালনা

যতীন নাথ মাজবাট : মাজবাট আৰক্ষী বৃহৎ সাফল্য। মাজবাট আৰক্ষীয়ে জব্দ কৰিলে গাঞ্জা ভৰ্তি বাহন। ৩১০ কিলোগ্ৰাম গাঞ্জাসহ জব্দ বাহন। নিশাৰ ভাগত আৰক্ষীয়ে চলোৱা এই অভিযানৰ সময়ত গাঞ্জা সৰবৰাহকাৰী কৰা বাহনখনক লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীয়ে তিনি …

তালিবানৰ সৈন্যৰ সন্মুখত চাৰি সাহসী আফগান মহিলাৰ প্ৰতিবাদ

সাজিদূৰ ৰহমান নিউজ ডেস্ক : তালিবানৰ সৈন্যৰ সন্মুখত চাৰি সাহসী আফগান মহিলাৰ প্ৰতিবাদ। হাতত প্লে কাৰ্ড লৈ চাৰি সাহসী মহিলাই তালিবানৰ সৈন্যৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰা ভিডিঅ’ ভাইৰেল হৈ পৰিছে বিভিন্ন সামাজিক মাধ্যমত। তালিবানে আফগানিস্তান দখল কৰাৰ পিছৰে পৰা আফগানিস্তানৰ …

সংবাদ মেল অনুষ্ঠিত কৰি বিশ্বৰ পৰা স্বীকৃতি বিচাৰিলে তালিবানে

নিউজ ডেস্ক : আফগানিস্তান দখলৰ পিছত তালিবানৰ প্ৰথমখন সংবাদ মেল। সংবাদ মেল অনুষ্ঠিত কৰি তালিবানৰ মুখপাত্ৰ জবিহুল্লাহ মোজাহিদীয়ে আশ্বাস প্ৰদান কৰিছে যে তেওঁলোকে কোনো আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠনৰ ক্ষতি নকৰে। তালিবানৰ মুখপাত্ৰ গৰাকীয়ে কয় যে তালিবানক আন্তঃৰাষ্ট্ৰীয় ফালৰ পৰা স্বীকৃতি প্ৰদান কৰিব …

চিৰাঙত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ বান পৰিস্থিতি, নৈৰ খহনীয়া পৰিদৰ্শন

কাজলগাঁও : ৰাজ্যৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই সোমবাৰে চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত খুজ্ৰাপগুৰিত আই নৈৰ খহনীয়া পৰিদৰ্শন কৰাৰ পিছত মঙলবাৰে পুনৰ উক্ত স্থানত গৈ খহনীয়া ৰোধৰ বাবে বিভাগে চলাই থকা কামকাজৰ চোৱাচিতা কৰে৷ মন্ত্ৰীগৰাকীয়ে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য, …