নাজিৰা মহকুমাত মহামানৱ মহাত্মা গান্ধীৰ ১৫২ সংখ্যক জন্মজয়ন্তী উদযাপন
ভাস্কৰজ্যোতি মহন্ত নাজিৰা : আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি নাজিৰা আৰু শিমলুগুৰি পৌৰ সভাৰ বিশেষ আকৰ্ষণীয় সম্বৰ্ধনা অনুষ্ঠান। বাপুজিক স্মৰণ কৰি সকলোৰে ৰামধুণ ভজন পৰিৱেশন। সমগ্ৰ দেশৰ লগতে নাজিৰা মহকুমা সদৰতো শনিবাৰে নাজিৰা মহকুমা প্ৰশাসন, নাজিৰা আৰু শিমলুগুৰি …