প্ৰিয়ংকা গান্ধীৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে বৰক্ষেত্ৰীত কংগ্ৰেছৰ প্ৰতিবাদ
আজিজ আলী মুকালমুৱা : অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশত বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক উত্তৰ প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদী কাৰ্যসূচী। উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খিৰীলৈ যোৱাৰ পথত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক আৰক্ষীয়ে আটক …