জটিল অস্ত্ৰোপচাৰ সম্পন্নৰ পিছত ক্ৰমাৎ সুস্থ আই পি এছ বৈভৱ চি নিম্বালকাৰ
গুৱাহাটী : জটিল অস্ত্ৰোপচাৰ সম্পন্নৰ পিছত ক্ৰমাৎ সুস্থ হৈ উঠিছে আই পি এছ বৈভৱ চি নিম্বালকাৰ। অসম-মিজো সীমান্তৰ লাইলপুৰত মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ গুলীত আহত হৈছিল কাছাৰৰ প্ৰাক্তন আৰক্ষী অধীক্ষক বৈভৱ চন্দ্রকান্ত নিম্বলকাৰ। কঁকালৰ লগতে শৰীৰৰ তলৰ বিভিন্ন অংশত গুলীবিদ্ধ …