মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতিৰ পিছত ৰাজকন্যা বৰুৱালৈ আৰক্ষীৰ চমন
গুৱাহাটী : নিশাৰ ভাগত সুৰামত্ত অৱস্থাত ৯ জনকৈ শ্রমিকক মহতিয়াই নিয়া ৰাজকন্যা বৰুৱা পুনৰ গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা। ৰাজকন্যা বৰুৱাই দুর্ঘটনা সংঘটিত কৰি ২৪ ঘণ্টাৰ ভিতৰত জামিন লাভ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ তদন্তৰ ওপৰত প্ৰশ্ন উত্থাপন হোৱাৰ লগে লগে মুখ্যমন্ত্ৰী হিমন্ত …