হত্যা কৰি কুঁৱাৰ ভিতৰত জ্বলাই দিয়া হ’ল এগৰাকী শিশুক
বকো : ৰাজ্যত পুনৰ সংঘটিত হৈছে শিশু হত্যাকাণ্ডৰ ঘটনা। ৬ বছৰীয়া কন্যা শিশুক ধর্ষণ কৰি হত্যাৰ অভিযোগ। পৰিত্যক্ত কুঁৱাৰ ভিতৰৰ পৰা উদ্ধাৰ কন্যা শিশুটিৰ মৃতদেহ। নিৰ্মমভাৱে শিশুটিত কুঁৱাৰ ভিতৰত জ্বলাই দিয়া হৈছিল। ইতিমধ্যে এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ৰাজ্যত পুনৰ সংঘটিৰ …