মুকালমুৱাৰ লোহাৰকাঠা মাদলাবড়ীৰ ৰেষ্টুৰেণ্টত বিলাতী সুৰাৰ অবৈধ বেহা

আজিজ আলী মুকালমুৱা : মুকালমুৱাত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। শুকুৰবাৰে নিশা আৰক্ষীয়ে লোহাৰকাঠা মাদলাবড়ীত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই জব্দ কৰে ২০০ বটল বিলাতী সুৰা। লোহাৰকাঠা মাদলাবড়ীৰ মিলিজুলি ৰেষ্টুৰেণ্টত নলবাৰী জিলাৰ উপ-আৰক্ষী অধীক্ষক জিকিৰাণী মহন্তৰ নেতৃত্বত আদাবাৰী পহৰা চকীৰ …

অলিম্পিকত সোণৰ পদক লাভ কৰা ভাৰতৰ দ্বিতীয় গৰাকী খেলুৱৈ নীৰজ চোপ্ৰা

নিউজ ডেস্ক : অৱশেষত টকিঅ’ অলম্পিকত সোণৰ পদক লাভ কৰিলে ভাৰতে। নীৰজ চোপ্ৰাই ভাৰতৰ হৈ টকিঅ’ অলম্পিকত সোণৰ পদক লাভ কৰিলে। জেভলিন থ্রোত নীৰজ চোপ্ৰাই সোণৰ পদক লাভ কৰিলে। নীৰজ চোপ্ৰা অলম্পিকত সোণৰ পদক লাভ কৰা দ্বিতীয় গৰাকী ভাৰতীয় খেলুৱৈ। …

নেন’ ইউৰিয়া অসমলৈ প্ৰেৰণ প্ৰক্ৰিয়াৰ ফ্লেগ অফ কৰিলে মুখ্যমন্ত্ৰীয়ে

গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে জনতা ভৱনস্থিত নিজ কার্যালয়ৰ সভাকক্ষত আয়ােজিত এক অনুষ্ঠানত ভিডিঅ’কনফাৰেন্সৰ জৰিয়তে ইণ্ডিয়ান ফার্মার্ড ফার্টিলাইজাৰ কো-অপাৰেটিভ লিমিটেড (ইফকো)ৱে প্ৰস্তুত কৰা নেন’ ইউৰিয়া প্ৰথমবাৰৰ বাবে অসমলৈ প্ৰেৰণ প্রক্রিয়াৰ ভার্চুৱেলী ফ্লেগ অফ কৰে। উল্লেখযােগ্য যে বিশ্বত …

অসম-মেঘালয়ৰ সীমা সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰী পৰ্যায়ৰ দ্বিতীয়খন বৈঠক

গুৱাহাটী : অসম আৰু মেঘালয়ৰ মাজৰ সীমা সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰীৰ পৰ্যায়ৰ দ্বিতীয়খন বৈঠক শুকুৰবাৰে গুৱাহাটীৰ অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয়। এই বৈঠকত ৰাজ্য দুখনৰ সীমা সমস্যাৰ স্থায়ী সমাধানৰ উপায় উদ্ভাৱন তথা যুটীয়া নিৰীক্ষণৰ বাবে তিনিখন আঞ্চলিক সমিতি গঠনৰ …

পুখুৰীত বিহ ঢালি ২০ লাখ টকাৰ মাছ নিধন কৰিলে দুৰ্বৃত্তই

হাজো : পুখুৰীত বিহ ঢালি ২০ লাখ টকাৰ মাছ নিধন কৰিলে দুৰ্বৃত্তই। কামৰূপ জিলাৰ হাজোত সংঘটিত হৈছে পুখুৰীত বিহ ঢালি মাছ নিধনৰ এই নিকৃষ্ট কাণ্ড। বৃহস্পতিবাৰে নিশাৰ ভাগত কোনো দুৰ্বৃত্তই সংঘটিত কৰে এই কাণ্ড। কামৰূপ জিলাৰ হাজোৰ নতুন দিহিনাৰ দক্ষিণ …

কামৰূপৰ পৰা বহিঃ ৰাজ্যলৈ ৰপ্তানি ২.৫ মেট্ৰিকটন মাটিকঠাল

আমিনগাঁও : কামৰূপ জিলাৰ কৃষকসকলৰ বাবে আশাৰ সঞ্চাৰ কৰি বুধবাৰে ২.৫ মেট্ৰিকটন মাটিকঠাল বহিঃৰাজ্যলৈ ৰপ্তানি কৰা হয়৷ তেলেংগনা ৰাজ্যৰ চেকেণ্ডৰাবাদলৈ কঢ়িয়াই নিব লগা ট্ৰাকৰ যাত্ৰা বুধবাৰে কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা পতাকা জোকাৰি শুভাৰম্ভ কৰে জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে৷ …

প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা

ৰঙিয়া : ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰাৰ বাবে ৰাজপথত উলাই আহিছে ৰঙিয়াৰ বৰমুৰাৰ ৰাইজ। ৰাজপথত পুৰুষ-মহিলা সকলোৱে বিধায়ক ভবেশ কলিতাৰ লগতে চৰকাৰ বিৰুদ্ধে শ্ল’গানেৰে উত্তাল কৰি তোলে পৰিৱেশ। কামৰূপ জিলাৰ ৰঙিয়াৰ বৰমুৰা-বালিসত্ৰ …

পলাশবাৰী আৰক্ষীৰ গুলীত আহত দুধর্ষ ডকাইত বগা ওৰফে আনোৱাৰ হুছেইন

আজাৰা : আৰক্ষীৰ গুলীত আহত দুধৰ্ষ ডকাইত বগা ওৰফে আনোৱাৰ হুছেইন। আৰক্ষীৰ কবলৰ পৰা পলায়াৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে বগাক উদ্দেশ্যি গুলী চালনা কৰিবলৈ বাধ্য হয়। উন্নত চিকিৎসাৰ বাবে দুধর্ষ ডকাইত বগাক গুৱাহাটীলৈ প্ৰেৰণ। তিনিদিন পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বগাক। পুনৰ …

ই ৰিক্সা চালকে ৰক্ষা কৰিলে দুর্ঘটনাত পতিত স্বামী-স্ত্ৰীৰ প্ৰাণ

আজিজ আলী মুকালমুৱা : মুকালমুৱাত এজন ই ৰিক্সা চালকে ৰক্ষা কৰিছে দুর্ঘটনাত পতিত স্বামী-স্ত্ৰীৰ প্ৰাণ। ই ৰিক্সা চালকজনৰ তৎপৰতাৰ বাবেই ৰক্ষা পৰে দুৰ্ঘটনাত পতিত স্বামী-স্ত্ৰীৰ প্ৰাণ। পুখুৰীত ডুব যোৱা বাহনৰ পৰা ই ৰিক্সা চালকে উদ্ধাৰ কৰে স্বামী-স্ত্ৰীক। বুধবাৰে নলবাৰী জিলাৰ …

অসমত বীমৰ বাবে ভিভোৰ ইনোভিটিৰ লগত অংশীদাৰীকৰণ

গুৱাহাটী : অসমত বীমৰ বাবে ভিভোৰ ইনোভিটিৰ লগত অংশীদাৰীকৰণ। স্থানীয় ক্ষুদ্ৰ তথা মজলীয়া মোবাইল ডিলাৰসকলক প্ৰতিটো ইএমআই লেনদেনত অতিৰিক্ত লাভাংশ অৰ্জন কৰাত সহায় কৰাৰ বাবে এক অনন্য অভিযান। আগশাৰীৰ ব্ৰেণ্ডবোৰৰ সৈতে ইয়াৰ শক্তিশালী অংশীদাৰিত্বৰ দ্বাৰা সমৰ্থিত উৎকৃষ্ট প্ৰযুক্তি ব্যৱহাৰ কৰি …