আৰক্ষীয়ে আটক কৰা দালালক মুকলি কৰি বিধায়কৰ বিজয় উৎসৱ
হাইলাকান্দিৰ : আৰক্ষীয়ে ধৰিছে বিধায়কে মুকলি কৰি দিয়াৰ বাবে আৰক্ষীক হেঁচা প্ৰয়োগ কৰিছে। আৰক্ষীয়ে নিশা অভিযান চলাই আটক কৰি আনে থানালৈ, বিধায়কে পুৱা থানাত উপস্থিত হৈ মুকলি কৰি আনে মাটিৰ দালালক। হাইলাকান্দি জিলাৰ আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ হেঁচাত আৰক্ষীয়ে …