আমছুৰ প্ৰাক্তন নেতাক আৰক্ষীয়ে আক্ৰমণ কৰাৰ অভিযোগ
নুৰউদ্দিন বিলাসীপাৰা ৮ জুলাই বিলাসীপাৰা ষ্টেট বেংকত ধন জমা দিবলৈ অহা গ্ৰাহক এজনে উথাপন কৰিছে গুৰুত্বৰ অভিযোগ। বেংকত টকা জমা দিবলৈ যোৱা গ্ৰাহক জনক আৰক্ষীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে গ্ৰাহক জনে। আৰক্ষীয়ে আক্ৰমণ কৰা বুলি অভিযোগ উথাপন কৰা গ্ৰহকজন …