মন্দিৰ নিৰ্মাণ সাহায্যৰ বাবে বিধায়কক সাক্ষাৎ কৰি উভতি যাওঁতে দুর্ঘটনা
বাইহাটা : বাইহাটাত ভয়ংকৰ পথ দুর্ঘটনা। এম্বুলেন্স আৰু টেম্পোৰ মুখামুখি সংঘৰ্ষত নিহত পাঁচজনকৈ লোক, সংকটজনক অৱস্থাত চিকিৎসাধীন চাৰিজন লোক। মন্দিৰ নিৰ্মাণ সাহায্যৰ বাবে বিধায়কক সাক্ষাৎ কৰি উভতি যাওঁতে দুর্ঘটনাত পতিত হয় লোক কেইজন। কামৰূপ জিলাৰ বাইহাটাৰ বিহদিয়াত শুকুৰবাৰে নিশা সংঘটিত …