ৰাইজৰ পূৰ্ণ সহযোগ কিন্তু ভেকচিন কেন্দ্ৰ সমূহত নাই পৰ্যাপ্ত পৰিমাণে ভেকচিন
আজিজুল হক বৰপেটা ২ জুলাই বৰপেটা জিলাৰ ভেল্লাত ক’ভিড ভেকচিন প্ৰদান কাৰ্যসূচীৰ প্ৰতি ৰাইজৰ পূৰ্ণ সমৰ্থন। ক’ভিড ভেকচিন কেন্দ্ৰ সমূহত ভেকচিন লবলৈ অহা ৰাইজৰ ব্যাপক ভিৰ। ইফালে ভেকচিন কেন্দ্ৰ সমূহত পৰ্যাপ্ত পৰিমাণে ভেকচিন নথকাৰ ফলত দিনৰ দিনটো ভেকচিনৰ বাবে শাৰী …