৭৫ সংখ্যক স্বাধীনতা দিৱস উদ্যাপনকলৈ নতুন নিয়মাৱলী
গুৱাহাটী : ৭৫ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন। ১৫ আগষ্টত দেশবাসীয়ে উদযাপন কৰিব ৭৫ সংখ্যক স্বাধীনতা দিৱস। ক’ভিডসৃষ্ট পৰিৱেশৰ মাজত দেশবাসীয়ে উদযাপন কৰিব লাগিব স্বাধীনতা দিৱস। ক’ভিডসৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণে ৭৫ সংখ্যক …