গৌৰৱেৰে কওঁ অসমৰ ৰাজনীতিৰ একমাত্ৰ সৎ ব্যক্তি মই : অখিল গগৈ
গুৱাহাটী : ধিংৰ বিধায়ক আমিনুল ইছলামৰ অভিযোগকলৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া। অখিল গগৈয়ে দল গঠনৰ বাবে ১০ কোটি টকা এ আই ইউ ডি এফৰ পৰা বিচাৰিছিল বুলি আমিনুল ইছলামে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত অখিল গগৈয়ে কয় যে মই গৌৰৱেৰে …