পুনৰ আফগানিস্তানত তালিবান ৰাজৰ আৰম্ভ : কাবুল দখল কৰিলে তালিবানে
নিউজ ডেস্ক : পুনৰ আফগানিস্তানত আৰম্ভ হ’ল তালিবান ৰাজৰ। কাবুল দখলৰ পিছতে সম্পূৰ্ণৰূপে আফগানিস্তান নিজৰ অধীনলৈ আনিবলৈ সক্ষম হ’ল তালিবান। তালিবনৰ আগত তিষ্ঠি থাকিব নোৱাৰি আত্মসমৰ্পণ কৰিলে আফগানিস্তানৰ সেনাই। দেশ এৰিলে আফগানিস্তানৰ ৰাষ্ট্ৰপতি অশ্ৰাফ গণিয়ে। আফগানিস্তানত থকা ভাৰতীয় লোক সকলক …