পুতলা নাচৰ জৰিয়তে কভিডৰ সজাগতাৰ প্ৰয়াস ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ

গুৱাহাটী ২৯ এপ্ৰিল সমগ্ৰ দেশত কভিডৰ দ্বিতীয় ঢৌ অব্যাহত থকাৰ সময়তে গুৱাহাটীস্থিত ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসে ৰাইজৰ মাজত কভিড সম্পৰ্কে জনসজাগতা সৃষ্টিৰ উদ্দেশ্যে কভিডৰ সময়ত মানি চলিবলগীয়া আচৰণ বা নীতি-নিয়ম সমূহৰ বিষয়ে আন এক উদ্ভাৱনমূলক পদক্ষেপ গ্ৰহণ কৰিছে। ড° …

গুৱাহাটীত এনাৰ্জি এস্থেটিক থেৰাপিউটিক কেন্দ্ৰৰ উদ্বোধন

গুৱাহাটী ২৯ এপ্ৰিল ছালৰ যত্ন আৰু সৌন্দৰ্যক এক নতুন মাত্ৰা দিয়াৰ উদ্দেশ্যেৰে ডিম্পী হিল এণ্ড গ্লোৱে লাষ্ট গেট গুৱাহাটীত এনাৰ্জি এস্থেটিক থেৰাপিউটিক কেন্দ্ৰৰ উদ্বোধন কৰে। ডিম্পিৰ হিল এণ্ড গ্লো হৈছে ছাল আৰু চুলিৰ চিকিৎসাৰ বাবে এক বিশেষ শক্তি নিৰাময় কেন্দ্ৰ। …

মঙলাবাৰে মানকাচৰত ৮ জন লোকৰ শৰীৰত ধৰা পৰে কভিড

মানকাচৰ  ২৮ এপ্ৰিল মঙলাবাৰে মানকাচৰত ৮ জন লোকৰ শৰীৰত ধৰা পৰে কভিড। দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ৫৪ জনলৈ বৃদ্ধি পায় কভিড আক্রান্ত লোকৰ সংখ্যা। ভাৰত-বাংলাদেশ সীমান্তত কেইবাজনো বি এছ এফৰ জোৱান আক্রান্ত হৈছে কভিডত। দেশত কভিড মহামাৰীৰ দ্বিতীয়টো ঢৌৱে ভয়ংকৰ পৰিস্থিতিৰ …

অন্ধবিশ্বাস সন্দৰ্ভত পাঠ্যক্ৰমত শীঘ্ৰে অধিক পাঠ অন্তৰ্ভুক্ত কৰক ডঃ দিব্যজ্যোতি শইকীয়া

গুৱাহাটী ২৭ এপ্ৰিল যোৱা ২৪ এপ্ৰিলৰ নিশা ৰঙাপাৰাৰ লক্ষেশ্বৰী দৈমাৰী নামৰ এগৰাকী মহিলাক ডাইনীৰ নামত হানি খুচি হত্যা কৰা হয়। ৰঙাপাৰা থানাৰ অন্তৰ্গত ১ নং গেৰুগাজুলিত যোৱা ২৪ এপ্ৰিলৰ নিশা উক্ত মহিলাগৰাকীক নৃশংসভাৱে হত্যা কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে …

শংকৰ আজান সমন্বয় সেতু নিৰ্মাণ সমিতিৰ প্ৰশংসনীয় পদক্ষেপ

আব্দুল হক নগৰবেৰা ২৬ এপ্ৰিল দেশজুৰি কভিড মহামাৰীৰ দ্বিতীয়টো ঢৌ তাণ্ডৱলীলা চলাই থকাৰ সময়তে নগৰবেৰাত শংকৰ আজান সমন্বয় সেতু অৰ্থাৎ দলং নিৰ্মাণ সমিতিৰ প্ৰশংসনীয় পদক্ষেপ। যাত্ৰীৰ মাজত বিনামূলীয়া মাক্স আৰু চেনিটাইজাৰ বিতৰণ শংকৰ আজান সমন্বয় সেতু পৰিচালনা কমিটিৰ। শংকৰ আজান …

মাস্ক নিপিন্ধা লোকক বিজেপিৰ যুৱ মৰ্চাৰ মাস্ক বিতৰণ

মানকাচৰ  ২৫ এপ্ৰিল মানকাচৰৰ কালাপানী হাট-বজাৰত মাস্ক নিপিন্ধা লোক সকলক বিজেপিৰ যুৱ মৰ্চাই বিতৰণ কৰিলে মাস্ক। জিলাখনত দেওবাৰে ৩ জন লোকৰ শৰীৰত নতুনকৈ কভিডৰ অৱস্থিতি ধৰা পৰিছে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাত কভিড আক্রান্ত লোৰ সংখ্যা ৩৪ জনলৈ বৃদ্ধি পাইছে।  দক্ষিণ শালমাৰা …

কভিড বিধি মানি চলাৰ ক্ষেত্ৰত জনসচেতনতা সৃষ্টিত বিজেপিৰ কর্মকর্তাসকলক নিয়ােজিত হ’বলৈ মুখ্যমন্ত্ৰীৰ আহ্বান

গুৱাহাটী ২৪ এপ্ৰিল মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে শনিবাৰে সাম্প্রতিক কভিড অতিমাৰীয়ে সৃষ্টি কৰা পৰিস্থিতি সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টীৰ কর্মকর্তাসকলৰ লগত ভিডিঅ’ কনফাৰেন্স যােগে বার্তালাপ কৰে। বার্তালাপৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয় যে বিগত বৰ্ষৰ ভয়াৱহতাৰ পিছত সমগ্র দেশে কভিড অতিমাৰীৰ দ্বিতীয়টো জোৱাৰৰ মুখামুখী …

অগতানুগতিক চিন্তাধাৰাৰে ৰীলড্ৰামাৰ নতুন ৱেব শৃংখলা ‘ফিচা’য়ে পৰম্পৰাগত অসমীয়া ৱেব অনুষ্ঠানক প্ৰত্যাহ্বান জনাইছে

গুৱাহাটী ২৪ এপ্ৰিল ৰীলড্ৰামাৰ শেহতীয়া মুক্তি, অসমীয়া ৱেব শৃংখলা ‘ফিচা’য়ে ৱেব ধাৰাত নিৰ্মাণ কৰা প্ৰচলিত অনুষ্ঠানক ইয়াৰ ৰোমাঞ্চকৰ আৰু অগতানুগতিক হত্যা-তদন্তৰ ষড়যন্ত্ৰৰ কাহিনীৰে প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে। বৰষাৰাণী বিষয়া, প্ৰসেনজিৎ বৰা আৰু ৰাজীৱ গোস্বামী অভিনীত, সংকল্পজিৎ হাজৰিকাৰ ‘ফিচা’য়ে দৰ্শক আৰু …

কভিড প্ৰ’টকল মানি মানকাচৰত আৰম্ভ হ’ল ব্যক্তিগতখণ্ডৰ বিদ্যালয়

মানকাচৰ  ২৩ এপ্ৰিল কভিড প্ৰ’টকল মানি মানকাচৰত আৰম্ভ হ’ল ব্যক্তিগতখণ্ডৰ বিদ্যালয়। ৫০ শতাংশ শিক্ষাৰ্থীৰে সপ্তাহত এটা শ্ৰেণীৰ তিনি দিন পাঠদান। ছাত্ৰ-ছাত্ৰী সকল মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব বজাই ৰাখি শিক্ষা গ্ৰহণ কৰাত ব্যস্ত। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ব্যক্তিগতখণ্ডৰ বিদ্যালয় সমূহ কভিড …

পিতৃক হত্যাৰ চেষ্টা চলাই ৰাইজৰ হাতত আটক পুত্ৰ

হাটশিঙিমাৰী ২২ এপ্ৰিল হাটশিঙিমাৰীৰ খাৰুৱাবান্ধাত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। দেগাৰেৰে পিতৃক আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলালে পুত্ৰই। আক্ৰমণকাৰী পুত্ৰক ৰাইজে আটক কৰি গতাই দিলে আৰক্ষীক। পূৰ্বে মাতৃক হত্যাৰ চলাইছিল যুৱকজনে।  দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত বৃহস্পতিবাৰে সংঘটিত হয় এক …