অসম জাতীয় পৰিষদৰ গণ-স্বাক্ষৰ অভিযানৰ সামৰণি পৰিল
গুৱাহাটী : বৰঝাৰৰ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ আদানী গ্ৰুপক গতোৱাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবীত অসম জাতীয় পৰিষদে আৰম্ভ কৰা গণ-স্বাক্ষৰ অভিযানৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচী শনিবাৰে সামৰণি পৰে৷ বৰঝাৰৰ এয়াৰপোৰ্ট গে’ট তিনিআলিত আঞ্চলিক দলটোৱে যোৱা ৯ আগষ্টৰ দিনা এই কাৰ্যসূচী …