বকো সমষ্টিৰ ১০১ নং সেলেসুঁতি এল পি স্কুল ভোট কেন্দ্ৰত ৰাইজৰ ব্যাপক ভিৰ

ফজলুৰ ৰহমান সোণতলী ৬ এপ্ৰিল অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন আজি অনুষ্ঠিত হৈছে। তৃতীয় তথা অন্তিম পৰ্যায়ত ৪০ টা সমষ্টিত ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আজি ভোট গ্ৰহণ অনুষ্ঠিত হোৱা ৪০ টা সমষ্টিৰ ভিতৰত আছে কামৰূপ জিলাৰ …

কামৰূপ মহানগৰ জিলাৰ ৪ টা সমষ্টিৰ বাবে মুঠ ১,৭০৭ টা কেন্দ্ৰত অনুষ্ঠিত হ’ব ভােট গ্রহণ

গুৱাহাটী ৫ এপ্ৰিল কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত চাৰিটা সমষ্টি ক্রমে ৫১ নং জালুকবাৰী, ৫২ নং দিছপুৰ, ৫৩ নং পূৱ গুৱাহাটী আৰু ৫৪ নং পশ্চিম গুৱাহাটীত মঙলবাৰে অনুষ্ঠিত হ’ব তৃতীয় তথা অন্তিম পর্যায়ৰ ভােট গ্রহণ। এই ভােট গ্রহণ প্রক্রিয়াৰ বাবে সােমবাৰে …

দক্ষিণ শালমাৰা সমষ্টিৰ দুৰ্গম এলেকাত এদিন পূৰ্বে পলিং বিষয়া প্ৰেৰণ

দক্ষিণ শালমাৰা ৫ এপ্ৰিল দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত কৰাৰ বাবে জিলাখনৰ দুৰ্গম অঞ্চল সমূহত পলিং বিষয়া সকলক প্ৰেৰণ। দেওবাৰে পুৱাৰ ভাগতে জিলা প্ৰশাসনে জিলাখনৰ দুৰ্গম অঞ্চললৈ মুঠ …

সোণতলীত নন্দিতা দাসৰ হৈ কংগ্ৰেছ নেতা ৰকিবুল হুছেইন আৰু সাংসদ গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ

ফজলুৰ ৰহমান সোণতলী ৪ মার্চ অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্রতৰ হৈ উঠিছে। দেওবাৰে সন্ধিয়া ৬ বজাৰ পৰা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান অন্ত পেলাবলৈ নিৰ্বাচন …

ভােটাৰক সজাগ কৰাৰ অর্থে একেটা স্থানতে সর্বাধিক গছপুলি ৰােপণেৰে অভিলেখ গঢ়িলে অসমে

বঙাইগাঁও ৩ এপ্ৰিল ৰাজ্যখনৰ ভােটাৰসকলক সজাগ কৰাৰ অৰ্থে প্ৰণালীবদ্ধ ভােটাৰ শিক্ষা আৰু নিৰ্বাচনত অংশগ্রহণ চমুকৈ ‘ছুইপ’ৰ অধীনত চলাই থকা সজাগতা অভিযানৰ অংশ হিচাপে বঙাইগাঁও জিলা নির্বাচনী বিষয়াৰ বিশেষ উদ্যোগত বঙাইগাঁৱৰ কাকৈজানা সংৰক্ষিত বনাঞ্চলত ভােটাৰৰ দ্বাৰা গছপুলি ৰােপণৰ এক বিশেষ কার্যসূচী …

কংগ্ৰেছ সমৰ্থকৰ ঘৰত বিজেপি সমৰ্থকে আক্ৰমণ কৰাৰ অভিযোগ

আজিজ আলী নলবাৰী ২ এপ্ৰিল নলবাৰী জিলাৰ ভাংনামাৰী আৰক্ষী থানাৰ অন্তৰ্গত কুৰিহাৰমাৰীৰ বাসিন্দা জাফৰ আলীৰ গৃহত নিশা অতর্কিতে আক্ৰমণ প্রায় ২০০-২৫০ জনীয়া এটি দলে। আক্ৰমণকাৰী দলটোক বিজেপি কৰ্মী আনাৰ আলীয়ে নেতৃত্ব দিয়াৰ অভিযোগ। প্ৰাণৰ শংকাত পৰিয়ালটোৱে নিশাৰ ভাগত বেলেগৰ ঘৰত …

কামৰূপ জিলাৰ বকোত  ভয়ংকৰ পথ দূৰ্ঘটনা

ফজলুৰ ৰহমান সোণতলী ২ এপ্ৰিল দক্ষিণ কামৰূপৰ বকোত  ভয়ংকৰ পথ দূৰ্ঘটনা। ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বকোৰ লামপাৰাত সংঘটিত হৈছে এই পথ দূৰ্ঘটনা৷ চিমেণ্ট ভৰ্তি ট্ৰাক আৰু ফিয়েট বাহনৰ মুখামুখি সংঘৰ্ষ। পথ দুৰ্ঘটনাত আহত দুজনকৈ লোক। কামৰূপ জিলাৰ বকোৰ লামপাৰাত শুকুৰবাৰে সংঘটিৰ …

কাছুমাৰাত গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ

আব্দুল হক নগৰবেৰা ১ এপ্ৰিল বৰপেটা জিলাৰ কাছুমাৰাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা৷ সভাত কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে হেলিকাপ্টাৰেৰে আহি চেঙা সমষ্টিৰ জাতীয় কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী শুকুৰ আলী আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়৷ হাজাৰ হাজাৰ জনসাধাৰণে সমাগম হোৱা নিৰ্বাচনী …

দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে ভোট কেন্দ্ৰ সমূহলৈ ৰাওনা হল নিৰ্বাচনী বিষয়া সকল

ৰঙিয়া ৩১ মার্চ বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব অসম বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ। দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে ভোট কেন্দ্ৰ সমূহলৈ ৰাওনা হৈছে নিৰ্বাচনী বিষয়া সকল। ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়ৰ পৰা ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে নিৰ্বাচনী বিষয়া সকল। ৫৭ …

নগদ ধন আৰু সা-সামগ্রী মিলি অভিলেখ সংখ্যক ১১০.৮৩ কোটি টকা জব্দ

গুৱাহাটী ৩১ মার্চ চলিত অসম বিধানসভা নির্বাচনৰ আদৰ্শ আচৰণ বিধি যােৱা ২৬ ফেব্ৰুৱাৰীত বলবৎ হােৱাৰ পৰা নগদ ধন আৰু অন্যান্য সা-সামগ্রী মিলি এতিয়ালৈকে অভিলেখ সংখ্যক ১১০,৮৩ কোটি টকা জব্দ কৰা হৈছে। অসম আৰক্ষী, ফ্লায়িং স্কোয়াড, স্থিৰ নিৰীক্ষণকাৰী দল আৰু আবকাৰী …