মহানগৰ আৰক্ষীৰ জালত যোৱা দুদিনত ২৫ জনকৈ ড্ৰাগছ সৰবৰাহকাৰী
গুৱাহাটী : মহানগৰ আৰক্ষীৰ জালত যোৱা দুদিনত ২৫ জনকৈ ড্ৰাগছ সৰবৰাহকাৰী। সৰবৰাহকাৰী কেইজনৰ ভিতৰত আছে কেইবাগৰকী মহিলা। পল্টন বজাৰ, পান বজাৰ আৰু লতাশিল আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে এই ২৫ জন ড্ৰাগছ সৰবৰাহকাৰীক। যোৱা দুদিনত মহানগৰীত জব্দ হৈছে ৪০ গ্ৰাম …