বৰক্ষেত্ৰীত দিগন্ত বৰ্মনৰ শক্তি প্ৰদৰ্শন

আজিজ আলী নলবাৰী ১৮ মার্চ অসম বিধানসভা নিৰ্বাচনকলৈ প্ৰতিটো ৰাজনৈতিক দল কঁকালত টঙালি বান্ধি নামি পৰিছে নিৰ্বাচনী যুদ্ধত। তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব অহা ২৭ মাৰ্চত। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে টিকট …

মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া, সাংবাদিক কুঞ্জ মোহন ৰায়, লেখক ভৱানী প্ৰসাদ অধিকাৰীকে ধৰি চাৰি

গুৱাহাটী ১৮ মাৰ্চ যোৱা ১৩ মাৰ্চৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে কামৰূপ গ্ৰাম্য জিলাৰ বকোৰ ছমৰীয়া সত্ৰত অসম সত্ৰ মহাসভাৰ উদ্যোগত বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ হেতু “সেতুবন্ধ ২০২১” অনুষ্ঠিত হৈ যায়। ১৬ মাৰ্চৰ বিয়লি অসম সত্ৰ মহাসভাৰ সেতুবন্ধ কাৰ্যসূচীৰ মূল সভাৰ এক …

জাভেদ ইছলাম আৰু সাংবাদিক মনোৱাৰ হুছেইনে দাখিল কৰিলে মনোনয়ন পত্ৰ

মানকাচৰ ১৮ মার্চ মানকাচাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলাম আৰু নিৰ্দলীয় প্ৰাৰ্থী মানকাচৰৰ সাংবাদিক মনোৱাৰ হুছেইনে দাখিল কৰিলে মনোনয়ন পত্ৰ। হাজাৰ হাজাৰ দলীয় নেতা-কৰ্মকৰ্তা আৰু সমৰ্থকৰ বিপুল উৎসাহ- উদ্দীপনাৰ মাজত দক্ষিণ শালমাৰা মানকাচৰ জিলা সদৰ …

দক্ষিণ শালমাৰা-মানকাচৰৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া

মানকাচৰ ১৭ মার্চ দক্ষিণ শালমাৰা-মানকাচৰৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া। দক্ষিণ শালমাৰাৰ পামপাৰা চতলাৰ পাৰত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ খহনীয়াই বিপদ মাতিছে কেইবাখনো গাঁৱৰ ৰাইজৰ বাবে। খহনীয়া প্ৰতিৰোধৰ নামত লাখ লাখ টকা লুণ্ঠনৰ অভিযোগ ঠিকাৰৰ বিৰুদ্ধে। ধুবুৰী আৰু …

বদৰুদ্দিন আজমলক অসমৰ পৰা শাৰীৰিকভাৱে নহয়, ৰাজনৈতিকভাৱে

জোনমণি বেগম বিশ্বনাথ ১৬ মাৰ্চ বিশ্বনাথ সমষ্টিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰৰ হৈ এই বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলায়। বিশ্বনাথৰ কেইবাখনো গাঁৱত মন্ত্ৰী গৰাকীয়ে বাইক ৰেলী কৰি বিশ্বনাথৰ চন্দ্ৰপুৰ বাকৰিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ …

মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপি-অগপ মিত্ৰজোঁটৰ দুই প্ৰাৰ্থীয়ে

গৰ্গ জ্যোতি দাস অভয়াপুৰী ১৫ মার্চ মনোনয় পত্ৰ দাখিল কৰিলে বিজেপি-অগপৰ মিত্ৰজোঁটৰ সমৰ্থিত অগপৰ দুই প্ৰাৰ্থীয়ে। অভয়াপুৰীত মনোনয়ন পত্ৰ দাখিল কৰিলে পূৰ্বেন্দু বাণিক্য আৰু ভূপেন ৰায়। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে পূৰ্বেন্দু বাণিক্য আৰু ভূপেন ৰায়ে। তৃতীয় …

বিহালীত এইবাৰ ৰাইজে যিমান ইচ্ছা সিমান গল দি বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তক বিজয় কৰক : হিমন্ত বিশ্ব শৰ্মা

জোনমণি বেগম বিশ্বনাথ ১৫ মার্চ বিহালীত বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিস্ফোৰক মন্তব্য প্ৰদান কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিহালী সমষ্টিৰ কংগ্ৰেছ মহাজোঁট বন্ধনৰ চিপিআই (এম এল)ৰ প্ৰাৰ্থী বিবেক দাসক উদ্দেশ্যি মন্ত্রী গৰাকীয়ে কয় যে …

অসমৰ লগত অন্যান্য ৰাজ্যৰ তুলনা নহয় : ৰাজনাথ সিঙ

জোনমণি বেগম বিশ্বনাথ ১৪ মাৰ্চ অসমৰ সভ্যতা-সংস্কৃতিৰ লগত মই পূৰ্বতে পৰিচিত। অসমৰ লগত অন্যান্য ৰাজ্যৰ তুলনা নহয়। বিশ্বনাথ চাৰিআলিত বিজেপিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য প্ৰকাশ কৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে আহোমৰ ৰাজত্ব কালত …

মানকাচৰত বৃহৎ পৰিমাণৰ নিচা জাতীয় দ্ৰব্যসহ গ্ৰেপ্তাৰ এজন

দক্ষিণ শালমাৰা ১৪ মাৰ্চ দক্ষিণ শালমাৰামানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ ভাৰত-বাংলাদেশ সীমান্তৰ কুচনীমাৰা গাঁৱত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ নিচা জাতীয় দ্ৰব্যসহ এজন লোকক গ্ৰেপ্তাৰ কৰে। এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতাই চন্দ্ৰ ৰায়ে …

মৰিয়নীত উপস্থিত হৈ স্মৃতি ইৰাণীয়ে তীব্ৰ সমালোচনা কৰিলে কংগ্ৰেছক

মৰিয়নী ১৩ মার্চ আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ১০১ নং মৰিয়নী বিধানসভা সমষ্টিত শনিবাৰে উপস্থিত হয় বস্ত্ৰ শিল্প দপ্তৰৰ মন্ত্ৰী স্মৃতি ইৰাণী। কংগ্ৰেছৰ দখলত থকা মৰিয়ণী সমষ্টিত এইবাৰ বিজেপি প্ৰাৰ্থী ৰমনী তাঁতীৰ হৈ …