মানকাচৰত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ
মানকাচৰ ১৩ জুলাই দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ আৰু সুখচৰত আৰক্ষীয়ে সোমবাৰে নিশা পৃথকে পৃথকে দুটা অভিযান চলাই বৃহৎ পৰিমাণৰ বিস্ফোৰকসহ তিনিজনক লোকক গ্ৰেপ্তাৰ কৰে। জিলাখনৰ দুইটাকৈ অঞ্চলত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ হোৱা ঘটনাই জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। …