ৰিপুন বৰাৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ
জোনমণি বেগম বিশ্বনাথ ৫ মাৰ্চ ৰিপুন বৰাৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ। বিহালী সমষ্টিত চিপিআই (এম)ক প্ৰাৰ্থীত্ব প্ৰদানক কেন্দ্ৰ কৰি উত্তপ্ত পৰিৱেশ বিহালীত। দল ত্যাগ কৰাৰ হুংকাৰ বহু কংগ্ৰেছ কৰ্মীৰ। বিহালী সমষ্টিৰ মজদুৰ কংগ্ৰেছ, বিহালী যুৱ কংগ্ৰেছ, বিহালী মণ্ডল কংগ্ৰেছ …