শিৱসাগৰত পুনৰ এক মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
আমিনুৰ ৰহমানৰ সহযোগত খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ২৪ মে’ ৭২ ঘন্টাৰ ভিতৰত শিৱসাগৰত দ্বিতীয়টো মৃতদেহ উদ্ধাৰ। সোমবাৰে পুনৰ এক মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই জিলাখনত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ৷ তিনিদিন পূৰ্বেও শিৱসাগৰত উদ্ধাৰ হৈছিল এটা মৃতদেহ। শিৱসাগৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত …